– দুগেৰ্শ্বৰ শৰ্মা
যদিও ওপজে জোন পুৱালী দেশত,
সকলোৰে মন মোহে ধন আদৰৰ:
দেশে দেশে গায় গীত কুলি কেতেকীয়ে,
দেশ নাই প্ৰতিভাৰ, তুমি জগতৰ |
An archive on Assam and Assamese literature
– দুগেৰ্শ্বৰ শৰ্মা
যদিও ওপজে জোন পুৱালী দেশত,
সকলোৰে মন মোহে ধন আদৰৰ:
দেশে দেশে গায় গীত কুলি কেতেকীয়ে,
দেশ নাই প্ৰতিভাৰ, তুমি জগতৰ |