– দুৰ্গেশ্বৰ শৰ্মা
সদায় চকুৰে দেখা গছ পাতটিও
ছবিটিত ভাল হৈ পৰে;
সদায় কাণেৰে শুনা সৰু কথাটিও
গীত হলে প্ৰাণ টানি ধৰে |
An archive on Assam and Assamese literature
– দুৰ্গেশ্বৰ শৰ্মা
সদায় চকুৰে দেখা গছ পাতটিও
ছবিটিত ভাল হৈ পৰে;
সদায় কাণেৰে শুনা সৰু কথাটিও
গীত হলে প্ৰাণ টানি ধৰে |