ৰত্নকান্ত বৰকাকতী || ১৮৯৭-১৯৬৩
মোৰ পূজা
তোমালোকে তেল পুৰি
শলাগছি দিয়া
প্ৰদীপ পূজাৰ,
মই জালোঁ শিহা পুৰি
ৰাঙলী হিয়াৰ
অগ্নি অনিবাৰ,
সেয়ে মোৰ প্ৰদীপ পূজাৰ |
মোৰ পূজা
তোমালোকে তেল পুৰি
শলাগছি দিয়া
প্ৰদীপ পূজাৰ,
মই জালোঁ শিহা পুৰি
ৰাঙলী হিয়াৰ
অগ্নি অনিবাৰ,
সেয়ে মোৰ প্ৰদীপ পূজাৰ |